as_obs-tq/content/40/04.md

572 B

যিজন ডকাইত যিশুখ্ৰীষ্টক ঠাট্টা কৰা নাছিল তেওঁ যীশুখ্ৰীষ্টক কি কৰিব কৈছিল?

যীশুখ্ৰীষ্টক তেওঁৰ ৰাজ্যলৈ মোকো সোৱাৰিব বুলি কৈছিল।

সেই ডকাইত জনৰ অনুৰোধত যীশুখ্ৰীষ্টই কি উত্তৰ দিলে?

'আজিয়েই, তুমি পৰমদেশত মোৰ সংগী হবা।'