as_obs-tq/content/39/12.md

819 B

তেনেহলে পিলাতে কিয় যিশুখ্ৰীষ্টক ক্ৰুছত দিবলৈ অনুমতি দিছিল?

পিলাত ভয় কৰিছিল জনসমদলে কেনেবাকৈ বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিব বুলি।

ৰোমান চিপাহিবিলাক যিশুখ্ৰীষ্টক কেনেকুৱা ব্যৱহাৰ কৰিছিল?

সিহঁত যিশুখ্ৰীষ্টক চাবুক মাৰিছিল, এটা ৰাজকীয় কাপোৰ এটা পিন্ধাইছিল আৰু কাঁইটৰ কিৰিটি পিন্ধাইছিল,আৰু তেওঁক ইতিকিং কৰিছিল।