as_obs-tq/content/39/09.md

571 B

যিহুদি নেতাসকল কিয় যিশুখ্ৰীষ্টক ৰোমান শাসক পিলাতক ওচৰলৈ নিছিল?

সিহঁত আশা কৰিছিল যে পিলাতে যিশুখ্ৰীষ্টৰ মৃত্যু দণ্ডৰ সিদ্ধান্ত দিব বুলি।

পিলাতে যিশুখ্ৰীষ্টক প্ৰথম প্ৰশ্ন কি সুধিছিল?

'তুমি যিহুদি বিলাকৰ ৰজা নেকি?'