as_obs-tq/content/39/07.md

692 B

যেতিয়া লোকসমূহে পিতৰক সুধিছিল যীশুখ্ৰীষ্টৰ বিষয়ে সুধিছিল তেতিয়া কি কৈছিল?

পিতৰ যিশুখ্ৰীষ্টক নাজানো বুলি তিনি বাৰ অস্বীকাৰ কৰিছিল।

তৃতীয় বাৰ পিতৰে যিশুখ্ৰীষ্টক অস্বীকাৰ কৰাৰ তৎক্ষণাত কি হৈছিল?

কুকুৰাই ডাক দিছিল,আৰু তেতিয়া যীশুখ্ৰীষ্ট ঘূৰি পিতৰলৈ চাইছিল।