as_obs-tq/content/38/12.md

519 B

যীশুখ্ৰীষ্ট গেটচিমানিত পিতৃৰ আগত কি নিবেদন কৰিছিল?

তেওঁ তেওঁক কৈছিল যদি সম্ভৱ হয় মোৰ পৰা এই পানপাত্ৰ আতৰ কৰা কিন্তু যদি লোকসমূহৰ পাপৰ পৰা ৰক্ষা পাবৰ আনকোনো উপায় নাই, তেনেহলে আপোনাৰ ইচ্ছা পূৰ হওক।