as_obs-tq/content/36/03.md

831 B

যীশুখ্ৰীষ্টৰ লগত উপস্থিত হোৱা দুজন ব্যক্তি কোন আছিল?

মুচি আৰু এলিয়া ভাৱবাদী।

এলিয়া আৰু মুচি, যীশুখ্ৰীষ্টৰ সৈতে উপস্থিত হোৱাৰ আচৰিত কিয় আছিল?

সিহঁত শ, শ বছৰ আগতে আছিলে।

মুচি আৰু এলিয়া যীশুখ্ৰীষ্টৰ লগত কি আলোচনা কৰিছিল?

সিহঁত যীশুখ্ৰীষ্টৰ মৃত্যুৰ বিষয়ে কথা কৈছিল।

যীশুখ্ৰীষ্ট কত মৃত্যু হবলৈ গৈছিল?

জেৰুচালেমত।