as_obs-tq/content/36/02.md

335 B

যীশুখ্ৰীষ্ট প্রার্থনা কৰি থকা সময়ত কি সলনি হৈছিল?

তেওঁৰ মুখখন সূৰ্যৰ দৰে উজ্জ্বল হৈছিল, আৰু তেওঁৰ বস্ত্ৰ পোহৰৰ দৰে বগা হৈছিল।