as_obs-tq/content/32/11.md

477 B

যীশুখ্ৰীষ্টই সুস্থ কৰা মানুহজনক কি কৈছিল তেওঁৰ পিছত যোৱাৰ বিপৰীতে?

যীশুখ্ৰীষ্টে তেওঁক ঘৰলৈ যাবলৈ কৈছিল আৰু তেওঁৰ লগত যি আচৰিত কাৰ্য্য হৈছিল তাক তেওঁৰ লগৰ আৰু পৰিয়ালক কবলৈ কৈছিল।