as_obs-tq/content/32/06.md

316 B

দুষ্টআত্মাটোৰ নাম কি আছিল?

তাৰ নাম বাহিনী আছিল।

'বাহিনীৰ'অৰ্থ কি?

তাৰ অৰ্থ হল যে তাৰ ভিতৰত বহুত দুষ্টআত্মা সোমাই আছিল।