as_obs-tq/content/32/03.md

400 B

দুষ্টআত্মাই তাক কি কি কৰাইছিল?

দুষ্টআত্মাই শিকলি ছিঙি পেলাইছিল, কবৰত থাকিছিল, দিনে ৰাতি চিঞৰি আছিল ,কাপোৰ পিন্ধা নাছিলে,আৰু নিজকে শিলেৰে আঘাত কৰিছিল।