as_obs-tq/content/22/02.md

599 B

দুতে জখৰিয়াৰ পুত্ৰৰ কি নাম থব কৈছিল?

যোহন নাম থবলৈ কৈছিল।

যোহন তেওঁৰ জীৱনত কি কৰিব বুলি কৈছিল?

যোহনে মানুহবিলাকক উদ্ধাৰকৰ্তালৈ সাজু কৰিব।

জখৰিয়া কিয় বিশ্বাস কৰা নাছিল যে এলিজাবেৰ সন্তান জন্ম হৱ বুলি?

সিহঁতৰ বহুত বয়স হৈছিল।