as_obs-tq/content/19/17.md

973 B

সাধাৰণতে, লোকসমূহে ভাবিবাদিবোৰক কেনেকৈ ব্যৱহাৰ কৰিছিল?

লোক সমূহে ভাৱবাদীবোৰক অসৎ ব্যৱহাৰ কৰিছিল আৰু কিছুমান সময়ত তেওঁলোকক হত্যা কৰিছিল।

ভাৱবাদী যিৰিমিয়াক মানুহে কেনেদৰে অসৎ ব্যৱহাৰ কৰিছিল?

লোকসমূহে যিৰিমিয়াক মৰিব বাবে এটা শুকান কুঁৱাত থৈছিল দিছিল৷

যিৰিমিয়া সেই কুঁৱটোত মাৰিছিল নে?

নাই।ৰজাই তেওঁৰ প্ৰতি দয়া কৰি দাস বিলাকক আদেশ দিলে যিৰিমিয়াক তাৰ পৰা তুলিবলৈ।