as_obs-tq/content/19/16.md

329 B

ভাৱবাদি সকলৰ লোকসমূহলৈ উমৈহতীয়া বাক্য কি আছিল?

মূৰ্তি পূজা বন্ধ কৰা আৰু অন্যলৈ ন্যায় আৰু দয়া কৰা; অন্যথা,ঈশ্বৰে শাস্তি দিব।