as_obs-tq/content/19/15.md

498 B

নামানে এলিছাৰ নিৰ্দেশ শুনা পিছত কি কৰিছিল?

প্ৰথমতে তেওঁ খং কৰিছিল, তাক কৰা নাছিল কাৰণ সেইটো কৰা মূৰ্খামি হব বুলি ভাবিছিল, কিন্তু পিছত তেওঁৰ মন সলনি হৈছিল আৰু পালন কৰি সম্পূর্ণ সুস্থ হৈছিল।