as_obs-tq/content/19/11.md

669 B

ঈশ্বৰ যে প্ৰকৃত ঈশ্বৰ হয় তাক কেনেকৈ প্ৰমাণ কৰিলে?

ঈশ্বৰে আকাশৰ পৰা জুই পঠিয়াই মাংস জ্বলাইছিল, লগতে কাঠ, শিল, লেতেৰা,আৰু বেদিৰ চাৰিওফালে থকা পানীও।

শক্তিৰ প্ৰমাণ দেখি মানুহবিলাকে কি উত্তৰ দিছিল?

সিহঁত মাটিত পৰিল আৰু কৈছিল ," যিহোৱাই ঈশ্বৰ! যিহোৱাই ঈশ্বৰ!"