as_obs-tq/content/19/06.md

332 B

এলিয়াই কি বাচনি কৰিবই লাগিব বুলি লোকসমূহক কৈছিল?

যদি যিহোৱা ঈশ্বৰ হয় ,তেওঁক সেৱা কৰা, কিন্তু যদি বাল ঈশ্বৰ হয়, তেওঁক সেৱা কৰা।