as_obs-tq/content/19/05.md

324 B

আহাবে আটাইতকৈ ডাঙৰ কি পাপ কৰিছিল বুলি এলিয়াই কৈছিল?

আহাবে সঁচা ঈশ্বৰ, যিহোৱাক ত্যাগ কৰিছিল, ,আৰু বাল দেৱতাক আৰাধনা কৰিছিল।