as_obs-tq/content/19/04.md

402 B

যেতিয়া এলিয়া এগৰাকী বিধৱা আৰু তাৰ সন্তানৰ লগত থাকিছিল তেতিয়া ঈশ্বৰে কি যোগান ধৰিছিল?

ঈশ্বৰে তেওঁলোকৰ আটা পাত্ৰ আৰু বটলৰ তেল কেতিয়াও শেষ হবলৈ নিদিছিল।