as_obs-tq/content/19/03.md

389 B

মৰুপ্ৰান্তত লুকাই থকা সময়ত ঈশ্বৰে এলিয়াক কেনেদৰে অহাৰৰ যোগান ধৰিছিল?

ঈশ্বৰে প্ৰত্যেক ৰাতিপুৱা সন্দিয়া চৰাইৰ যোগেদি পিঠা আৰু মাংস দি পঠিয়াইছিল।