as_obs-tq/content/15/01.md

664 B

প্ৰতিজ্ঞাৰ দেশত সোমোৱাৰ আগতে, যিহোচোৱা প্ৰথম কি কৰিছিল?

তেওঁ দুটা গুপ্তচৰ যিৰিহুলৈ পঠাইছিল।

সেই গুপ্তচৰে ৰাহাব বেশ্যাক কি কৰিম বুলি প্ৰতিজ্ঞা দিছিল?

সিহঁত ৰাহাব আৰু তাইৰ পৰিয়ালক সুৰক্ষা দিম বুলি প্ৰতিজ্ঞা দিছিল যেতিয়া ইস্ৰায়েল সকলে নগৰ ধংশ কৰিব।