as_obs-tq/content/14/15.md

416 B

মুচাৰ পিছত ইস্ৰায়েল সকলে আগৰণুৱা কোন হৈছিল?

যিহোচোৱা।

যিহোচোৱা কেনেধৰণৰ নেতা আছিল?

তেওঁ এজন ভাল নেতা আছিল,কাৰণ তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিল আৰু বাধ্য আছিল।