as_obs-tq/content/14/13.md

610 B

ঈশ্বৰ কিয় খং কৰিছিল যেতিয়া মুচাই শিলটোক মাৰিছিল?

কাৰণ তেওঁ ঈশ্বৰক সন্মান কৰা নাছিল, ঈশ্বৰে তাক যেনেকৈ কৰিব কৈছিল তেনেকৈ কৰা নাছিল।

মুচা অবাধ্যতাৰ বাবে ঈশ্বৰে তাক কি শাস্তি দিছিল?

ঈশ্বৰ কৈছিল যে মুচা কানান দেশ সোমাব নোৱাৰিব বুলি।