as_obs-tq/content/14/06.md

347 B

কালেব আৰু যিহোচোৱাই কানানৰ মানুহবিলাকৰ বিষয়ে কি কৈছিল?

লোকসকল শক্তিশালী, কিন্তু আমি সিহঁতক পৰাজয় কৰিম। ঈশ্বৰ আমাৰ হৈ যুদ্ধ কৰিব।