as_obs-tq/content/14/05.md

8 lines
724 B
Markdown

# বাৰজন গুপ্তচৰে কানানৰ দেশৰ বিষয়ে কি কৈছিল?
দেশখন বহুত সাৰুৱা আৰু শস্যও উপচি পৰা৷
# ইস্ৰয়েলৰ দহ টজন গুপ্তচৰ কানানৰ মানুহবিলাকক আক্ৰমন কৰিব নালাগে বুলি কিয় কৈছিল?
সিহঁত কৈছিল, নগৰবিলাক শক্তিশালী আৰু মানুহবোৰ দস্যু, যদি আমি সিঁহতক আক্ৰমণ কৰোঁ, সিহঁত আমাক পৰাজয় কৰি মাৰি পেলাব!"