as_obs-tq/content/10/12.md

855 B

প্ৰথমে হোৱা নটা মহামাৰীত ফৌৰনে কেনেকৈ উত্তৰ দিছিল?

তেওঁ মানুহবিলাকক এৰিবলৈ অমান্তি হৈছিল।

যেতিয়া প্ৰথম নটা মহামাৰীত ফৌৰনে একো উত্তৰ নিদিয়াত ঈশ্বৰে তাৰ পিছত কি কৰিছিল?

ঈশ্বৰে অন্তিম মহামাৰী পঠিয়াবলে সিদ্ধান্ত কৰিলে।

সেই অন্তিমটো মহামাৰীত কি কৰিছিল যিটো বাকী নটা মহামাৰীয়ে কৰিব পৰা নাছিল?

সেইটোৱে ফৌৰণৰ মন সলনি হৈছিল।