as_obs-tq/content/10/11.md

380 B

অন্ধকাৰৰ মহামৰীত সকলোৰে ওপৰত প্ৰভাৱ পেলাইছিল নে?

নাই। মিচৰিয়া সকল যত আছিল তাতহে আন্ধাৰ হৈছিল, কিন্তু যত ইস্ৰায়েল সকল বাস কৰিছিল তাত পোহৰ আছিল।