as_obs-tq/content/10/01.md

394 B

ঈশ্বৰৰ কি বাক্য মুচা আৰু হাৰনে ফৌৰণক কৈছিল?

"মোৰ লোকসমূহক যাব দিয়া!"

ফৌৰনে সেই আদেশ শুনি কি কৰিছিল?

তেতিয়া ইস্ৰাৰয়ে লোকক আৰুঅধিক কষ্টকৰ কাম কৰাইছিল।