as_obs-tn/content/50/17.md

1.7 KiB

সকলো চকুলোক মুচি দিয়া

ইয়াৰ অনুবাদ এই ৰুপতো কৰিব পাৰি, "আমাৰ সকলো দুঃখবোৰ অন্ত কৰা।" বা , "সমস্য়াৰ অন্ত কৰা" বা, "আলফলিয়া ভাৱে যিকোনো দুখ দুৰ কৰিবৰ কাৰণে।"

তাত একো দুখ, কান্দুন, দুষ্ট কৰ্ম, দোষ বা মৃত্য়ু কেতিয়াও নহব।

ইয়াৰ অনুবাদ এই ৰুপতো কৰিব পাৰি, "লোকবোৰ এতিয়া একো দুখ, কান্দুন, দুষ্ট কৰ্ম, দোষ বা মৃত্য়ু কেতিয়াও দুৰ্ভোগ নহব।

শান্তি আৰু ন্য়ায়ৰ লগত নিজৰ ৰাজ্য়ত শাসন কৰা।

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "নিজৰ মানুহত নিষপশ ৰুপত শাসন কৰা, এক প্ৰকাৰে যি সিহঁতক শান্তি প্ৰদান কৰে।"

বাইবেলৰ এটা কাহিনীৰ পৰা

বাইবেলৰ কিছুমান অনুবাদত এই সন্দৰ্ভ অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ