as_obs-tn/content/50/09.md

1.4 KiB

যিবোৰ অকুশলৰ হয়

অৰ্থাত, "যিবোৰ অশুভক পালন কৰে।" বা, "যি অশুভত শাসন কৰে"

এজন দুষ্ট

এইটো চয়তানৰ কাৰণে আৰু এক শীৰ্ষক। ইয়াৰ অনুবাদ "চয়তান" ৰ ৰুপত কৰিব পাৰি, কিন্তু শীৰ্ষক, "এজন দুষ্ট" তেওঁৰ চৰিত্রক বৰ্ণনা কৰিছে।

চয়তান

ইয়াৰ অনুবাদ এই ৰুপত কৰিব পাৰি, "চয়তান"

পৃথিৱীৰ শেষকালক প্ৰতিনিদ্ধিত কৰিছে

অৰ্থাত, " পৃথিৱীৰ শেষকালত মানুহবোৰৰ কি হব, ইয়াক প্ৰতিনিদ্ধিত কৰিছে।

খেতিয়কবোৰ

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "পকা শস্য় কাটা পুৰুষ।" বা "পকা শস্য়ক কাটি একগোট কৰা কৰ্মচাৰি।"

শব্দৰ অনুবাদ