as_obs-tn/content/50/03.md

1.4 KiB

শিষ্য় গঢ়া

ইয়াৰ অৰ্থ, "লোকবোৰক মোৰ শিষ্য় হবলে সহায় কৰা।"

চপাবৰ কাৰণে শস্য পথাৰত পকি আছে

ইয়াৰ অনুবাদ এই দৰেও কৰিব পাৰি, " তেওঁলোকে খেতিৰ ফল ঈশ্বৰৰ ওচৰলৈ আনিবৰ কাৰণে তৈয়াৰ আছে যেনে চপাবৰ কাৰণে শস্য় পকি আছে।"

পথাৰ

এই অভিব্য়ক্তিত, "পথাৰ" পৃথিৱীত মানুহৰ প্ৰতিনিদ্ধিত কৰিছে"

পকি থকা

এই "পকা" যীচুত বিশ্ৱাস কৰিবৰ কাৰণে তৈয়াৰ কৰা এক প্ৰতিনিদ্ধিত কৰে।

ফচল

ইয়াত "ফচল" লোকসকলক যীচুৰ বিষয়ে শিকাই ঈশ্ৱৰৰ ওচৰলৈ অনাৰ কাৰ্য প্ৰতিনিদ্ধিত কৰিছে।

শব্দৰ অনুবাদ