as_obs-tn/content/49/10.md

1.9 KiB

তোমাৰ পাপৰ কাৰণে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "কিয়নো তুমি পাপ কৰিলা" ইয়াক স্পষ্ট কৰক যে ই সকলো লোকৰ বিষয়ে কৈছে, কিছুমান ভাষাত ইয়াৰ অনুবাদ অধিক স্পষ্ট ৰূপত প্ৰকাশ কৰিব পাৰে, "কাৰণ সকলো লোকে পাপ কৰি দোষী হল আৰু তেওঁলোক মৃত্য়ুৰো যোগ্য।“

ঈশ্বৰৰ ক্ৰোধ উঠা উচিত

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "ঈশ্বৰৰ খং উঠা উচিত হব পাৰে।"

তেওঁৰ ক্ৰোধ বৰষালে

অৰ্থাত, "তেওঁৰ ক্ৰোধ দেখালে' বা, , " সকলোৰে ওপৰত তেওঁৰ ক্ৰোধ হল" বা, "কেৱল ক্ৰোধত আছিল।"

নিজৰ শাস্তি পাইছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "আপুনাৰ পৰিবৰ্তে শাস্তি পালে" বা, "আপুনাৰ পাপৰ কাৰণে শাস্তি দিয়া হল" এইটো স্পষ্ট কৰিব যে প্ৰতিজনৰ ওপৰত লাঘু হয়, "সকলোৰ পাপৰ কাৰণে শাস্তি দিয়া হৈছিল।"

শব্দৰ অনুবাদ