as_obs-tn/content/48/12.md

1.1 KiB

এজন মহান ভাববাদী

অৰ্থাত, "এজন অতি গুৰুত্বপূৰ্ণ ভাববাদী"

মহান ভাববাদী

অৰ্থাত, "এজন বহুত মহত্বপুৰ্ণ ভাববাদী"

তেওঁ ঈশ্বৰৰ বাক্য হয়

অৰ্থাত, "তেওঁক ঈশ্ৱৰৰ বাক্য় কোৱা হয়" কাৰণ তেওঁ ঈশ্ৱৰৰ চৰিত্ৰক প্ৰকাশ কৰে। আন ভাববাদীসকলে ঈশ্ৱৰৰ দ্ৱাৰা পোৱা বাৰ্ত্তা প্ৰচাৰ কৰিছিল, কিন্তু যীচুৱে নিজৰ উপদেশ আৰু কাৰ্যত ঈশ্ৱৰক প্ৰকাশ কৰিছিল।

শব্দৰ অনুবাদ