as_obs-tn/content/48/10.md

2.1 KiB

আমাৰ উদ্ধাৰৰ মেৰ

অৰ্থাত, "আমাৰ কাৰণে উদ্ধাৰৰ মেৰ মৰা হল"বা "মেৰক বধ কৰা হল যাতে ঈশ্ৱৰ আমাক উদ্ধাৰ কৰিব পাৰে"  বা "মেৰ বধ কৰা হল যাতে ঈশ্ৱৰে আমাক ৰক্ষা কৰে।"

পাপহীন

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "কেতিয়াও পাপ কৰা নাছিল।"

যীচুৰ তেজ

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "যীচু পাপীলোকৰ কাৰণে মৰাৰ সময়ত তেওঁ নিজকে বলিদান উতস্বৰ্গ কৰিছিল।" ইয়াত "তেজ" শব্দৰ অৰ্থও "মৃত্য়ু" হয়।

ঈশ্ৱৰৰ শাস্তি সেইলোকসকলৰ ওচৰেৰে পাৰ হল

এই বাক্য়াংশৰ অৰ্থ, "ঈশ্ৱৰে সেই ব্য়ক্তিজনক দণ্ড নিদিয়ে" ইয়াক এটা বাক্য়াংশ ব্যৱহাৰ কৰি অনুবাদ কৰক যাতে "উদ্ধাৰ" আৰু "উদ্ধাৰৰ মোৰ"ৰ সৈতে সম্পৰ্ক দৰ্শাই। উদ্ধাৰ কৰাৰ নামত যদি "ৰক্ষা কৰা"শব্দটো ব্যৱহাৰ কৰা হয়, তেনেহলে ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি"ঈশ্বৰে সেই ব্য়ক্তিজনক দণ্ডৰ পৰা ৰক্ষা কৰিলে।"

শব্দৰ অনুবাদ