as_obs-tn/content/48/09.md

1.5 KiB

মিচৰত শেষ বাৰ প্লেগ পঠোৱা

অৰ্থাত, "মিচৰত অন্তিম উতপাত অহাৰ কাৰণ।" এইয়া আছিল দশম প্লেগ, যি ঈশ্ৱৰে মিচৰত থকা সকলোৰে প্ৰথম পুত্রৰ মৃ্ত্যুৰ বাবে কৰিছিল।

এক নিষ্কলঙ্ক মেৰ পোৱালী

অৰ্থাত, "একো দোষ নথকা এটা মেৰ পোৱালী।"

ইয়াৰ তেজ

অৰ্থাত, "মেৰৰ তেজ"

দুৱাৰৰ চৌকাঠত

যদি দুৱাৰৰ চৌকাঠ শব্দবোৰ জনাজাত নহয়, তেনেহলে ইয়াৰ অনুবাদ "দৰ্জা" শব্দত কৰিব পাৰি।

ওপৰেদি পাৰ হোৱা

ইয়াৰ অনুবাদ এই দৰেও হব পাৰে, "ওচৰৰ পৰা" বা "কাষেৰে গ'ল" কেনেকৈ "উদ্ধাৰ" শব্দটি সৈতে অনুবাদিত শব্দটো হয়তু আপুনি সংযুক্ত কৰিব বিচাৰিব পাৰে।

শব্দৰ অনুবাদ