as_obs-tn/content/48/08.md

1.2 KiB

তেওঁৰ সন্তান ইচাহাকৰ পৰিবৰ্তে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁৰ পুত্র ইচাহাকৰ স্থানত" বা "তেওঁৰ পুত্র ইচাহাকৰ স্থানত" বা "যাতে তেওঁৰ পুত্র ইচাহাকক বলিদান হিচাপে উতস্বৰ্গ কৰা নহয়।"

মৃত্য়ুৰ যোগ্য়

অৰ্থাত, "মৰা উচিত"

আমাৰ ঠাইত মৰিবলৈ

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি,"আমাৰ প্ৰতিজনৰ স্থানত মৰিবলৈ" বা "যাতে তেওঁ আমাক বধ কৰিব নোৱাৰে।"

শব্দৰ অনুবাদ