as_obs-tn/content/48/07.md

878 B

পৃথিৱীৰ সকলো লোকৰ দল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "পৃথিৱীৰ বিভিন্ন দিশৰ সকলো লোক।"

আব্ৰাহামৰ আত্মিক বংশধৰ

অৰ্থাত, "আত্মিকভাবে আব্ৰাহামৰ সৈতে সম্পৰ্ক থকা আৰু ঈশ্বৰৰ লোকৰ মাজৰ এজন।"

শব্দৰ অনুবাদ