as_obs-tn/content/48/04.md

1.5 KiB

চয়তানৰ মুৰ গুড়ি কৰা

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "চয়তানৰ মুৰ গচকিলে আৰু তাক গুড়ি কৰিলে" বা "তাক মুৰত গচকি গুড়ি কৰিলে।" ই কোনো ব্যক্তি সাপৰ মুৰত ভৰি থোৱা প্ৰতিবিম্ব হয়। মূৰ সম্পুৰ্ণ ৰূপে গুড়ি কৰা হল আৰু সাপ মৰিল সেয়ে আৰু ক্ষতি কৰিব নোৱাৰে।

তেওঁৰ গোৰোহাত আঘাত কৰা

এইটো এজন ব্য়ক্তিৰ ভৰিক সাপে খুটাৰ প্ৰতিবিম্ব। এই ক্ষেত্ৰত, চয়তানে মচীহক কষ্ট দিব, কিন্তু তেওঁক শেষ কৰিব নোৱাৰিব।

তেওঁক পুনৰ জীৱিত কৰি উঠালে।

সেইটো "তেওঁক পুনৰ জীৱিত কৰা।

শব্দৰ অনুবাদ