as_obs-tn/content/48/02.md

952 B

বাগিচা

ঈশ্ৱৰৰ দ্ৱাৰা সৃষ্টি কৰা বাগিচাক বুজাইছে য'ত তেওঁ প্ৰথম পুৰুষ আৰু মহিলাক ৰাখিছিল।

হাৱাক ছল কৰা

অৰ্থাত, "হাৱাক মিছা কথা কছিল" এই কাৰ্যৰ দ্বাৰা চয়তানে হাৱাক ঈশ্ৱৰে কৰা আজ্ঞাত সন্দেহ কৰিবলৈ নেতৃত্ব কৰিছিল আৰু সি ঈশ্ৱৰৰ আজ্ঞা অমান্য কৰিবলে তেওঁক ছল কৰিলে।

শব্দৰ অনুবাদ