as_obs-tn/content/47/10.md

718 B

কাৰাগাৰৰ অধিকাৰি

অৰ্থাত, "কাৰাগাৰৰ আনুষ্ঠানিক অধিকাৰি।"

আমি

কিছুমান ভাষাত "আমি" শব্দৰ এক বিশেষ ৰুপ আছে, যি ব্যক্তিজনৰ সৈতে কথা কোৱা নহয়। ইয়াত "আমি" শব্দটোত কেৱল কাৰাগাৰৰ অধ্যক্ষ অন্তৰ্ভুক্ত নাছিল, পৌল আৰু বাকি বন্দীসকলহে আছিল।

শব্দৰ অনুবাদ