as_obs-tn/content/47/08.md

1.1 KiB

ৰাতিৰ ভাগত

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "ৰাতি বেছি ভাগ" বা "অতি ৰাতিপুৱা" এইটো তেতিয়া আছিল যেতিয়া বাহিৰত সম্পুৰ্ণ ৰুপে বহুত অন্ধকাৰ আছিল, যেতিয়া মানুহবোৰে সাধাৰণতে শুই থাকে।

ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ স্তুতি গীত গোৱা

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "গীতেৰে ঈশ্বৰৰ স্তুতি কৰা" বা "গীত গাই ঈশ্বৰক স্তুতি কৰা" বা "গীত গাই ঈশ্বৰৰ স্তুতি কৰা।"

শব্দৰ অনুবাদ