as_obs-tn/content/47/05.md

1.1 KiB

এদিন

এই শব্দটোৱে অতীতত হৈ যোৱা ঘটনা কৈছে, ইয়াত নিৰ্দিষ্ট সময় উল্লেখ কৰা নাই। কিছুমান ভাষাত সত্য কাহিনীক কবলৈ এনে এক উপায় থাকে।

তেওঁলৈ ঘুৰিলে

অৰ্থাত, "ঘুৰিলে বা তেওঁফালে চালে"

যীচুৰ নামত

অৰ্থাত, "যীচুৰ অধিকাৰত" বা "যীচুৰ অধিকাৰৰ কাৰণে পৌলে ভুতবোৰক এৰি যাবলৈ আজ্ঞা দিব পাৰিছিল।"

তেওঁৰ পৰা উলাই আহ

অৰ্থাত, "তেওঁক এৰি দে" বা "তেওঁৰ পৰা দূৰ হ।"

শব্দৰ অনুবাদ