as_obs-tn/content/47/03.md

710 B

তেওঁৰ গৰাকী

এই বিষয়ত, ইয়াৰ অনুবাদ এই দৰেও কৰিব পাৰি, "তেওঁৰ গৰাকীয়ে"

এজন ভৱিষ্যতবক্তাৰ ৰূপে

অৰ্থাত, "লোকসকলৰ ভৱিষ্যতে ঘটিব লগীয়া কথা কোৱা জনৰ দৰে।"

অনুবাদৰ শব্দসমুহ