as_obs-tn/content/46/07.md

800 B

চহৰৰ দুৱাৰ

এই দুৱাৰবোৰ দেৱাল থকা চহৰত বাহিৰলৈ অহা যোৱা কৰিবলৈ একমাত্ৰ পথ আছিল।

তেওঁক এটা পাচীত চহৰৰ দেৱালৰ তলত নমালে

ইয়াক কোৱা আন এটা উপায় হব, "তেওঁক এখন ডাঙৰ পাচীত যাবৰ কাৰণে সহায় কৰিলে আৰু চহৰৰ বেৰত তেওঁৰ লগত পাচীক তলত নমাই দিলে।"

শব্দৰ অনুবাদ