as_obs-tn/content/46/06.md

870 B

এতিয়াই

ইয়াৰ অনুবাদ এই ৰুপতো কৰিব পাৰি, "তৎক্ষনাত" বা "তেতিয়া"

যিহুদীসকল লগত বিতৰ্ক কৰিলে

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "ঈশ্বৰক বিশ্বাস কৰিবৰ কাৰণে যিহুদীসকলক ভাল কাৰণ দিছিল" বা "যিহুদাসকলৰ সৈতে বিতৰ্ক কৰিছিল।"

শব্দৰ অনুবাদ