as_obs-tn/content/46/05.md

794 B

ইয়াত

অৰ্থাত, "দম্মেচকলৈ"

আপোনাৰ দৃষ্টিশক্তি পুনৰ পালে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "পুনৰ দেখিবলৈ সক্ষম হোৱা।"

তেওঁৰ শক্তি পুনৰ আহিল।

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "তেওঁ পুনৰ শক্তিশালী হ'ল"  বা "তেওঁ সুস্থ অনুভৱ কৰিছে।"

শব্দৰ অনুবাদ