as_obs-tn/content/46/04.md

1.5 KiB

কিন্তু অননিয়ই কৈছিল

যদি এইটো স্পষ্ট নহয় যে "কিন্তু"শব্দটো কিয় ইয়াত ব্যৱহাৰ কৰা হৈছে, তেনেহলে ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "অননিয় ভয় কৰাৰ কাৰণে, তেওঁ কৈছিল।

ঈশ্বৰে তেওঁক উত্তৰ দিলে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "অননিয়ক নিশ্চিন্ত কৰিবলৈ ঈশ্বৰে কলে" এইটো স্পষ্ট কৰিবৰ যে ঈশ্বৰে কিয় এই কথা কৈছিল।

মোৰ নাম ঘোষনা কৰিবলৈ।

অৰ্থাত, "মোৰ বিষয়ে শিক্ষা প্ৰদান কৰিবলৈ" বা "মোক জ্ঞাত কৰিবলৈ।"

মোৰ নামৰ কাৰণে

অৰ্থাত, "মোৰ কাৰণে" বা "মোৰ বাবে" বা "কিয়নো তেওঁ মোক সেৱা কৰে" বা "কাৰণ তেওঁ মোৰ বিষয়ে আনক শিক্ষা দিয়ে।"

শব্দৰ অনুবাদ