as_obs-tn/content/46/01.md

1.1 KiB

স্তিফানক বধ কৰা লোকসকলৰ বস্ত্ৰবোৰ পহৰা দিছিল

চাওক ৪৫:০৬

এখন ঘৰৰ পৰা আন এখন ঘৰলৈ

অৰ্থাত, "বহুতো ঘৰৰ ভিতৰত"

দম্মেচক

দম্মেচক এতিয়া চিৰিয়া দেশৰ ৰাজধানী। চৌলৰ সময়ৰ সময়ত, ৰোমান সাম্ৰাজ্যৰ অন্তৰ্গত এখন চহৰ আছিল। বেছিভাগ লোক যিহুদী নাছিল, কিছুমান যিহুদী আৰু কিছুমান খ্ৰীষ্টীয়ান বিশ্বাাসী আছিল।

শব্দৰ অনুবাদ