as_obs-tn/content/45/11.md

651 B

অলপ পানী

এটা শব্দৰ ব্যৱহাৰ কৰক যাৰ অৰ্থ পানীৰ এক ডাঙৰ ক্ষেত্ৰ যেনে পুখুৰী, হ্ৰদ বা জুৰি।

মোক বাপ্তিষ্ম লব লাগেনে?

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তাত কিবা কাৰণে আছে নেকি যে মোক বাপ্তিষ্ম দিব নোৱাৰে।"

শব্দৰ অনুবাদ