as_obs-tn/content/45/06.md

1.2 KiB

তেওঁলোকৰ বস্ত্রত পহৰা দিছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁলোকৰ চোলাবোৰ চাই আছিল" তেওঁ সম্ভবত সুনিশ্চিত কৰিছিল যে তেওঁলোক চুৰি বা ক্ষতিগ্ৰস্ত হোৱা নাছিল।

কিন্তু ইয়াৰ উপৰিও

যিহুদী নেতাসকলে চিন্তা কৰিলে যে তেওঁলোক বিশ্বাসীসকলক তাড়না দিয়াৰ দ্বাৰাই যীচুৰ উপদেশক দিয়াত বাধা দিব পাৰিব। তাৰ পৰিবৰ্তে, ইয়াৰ কাৰণে তেওঁলোকে সিঁচৰিত হল আৰু ব্যাপকভাবে বাৰ্তা প্ৰচাৰ কৰিলে।

শব্দৰ অনুবাদ।