as_obs-tn/content/45/04.md

820 B

তেওঁলোকৰ কাণ ঢাকি দিলে।

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "তেওঁলোকে নিজৰ কাণৰ ওপৰত হাত থলে।" ই ইয়াক প্ৰদৰ্শন কৰে যে তেওঁলোক স্তিফানে কোৱা কথা শুনিব বিচৰা নাছিল।

ডাঙৰকৈ চিঞৰিলে

তেওঁলোকে খংত চিঞৰি আছিল। ইয়াক এই প্ৰকাৰে অনুবাদ কৰক যাতে তেওঁলোক যে অতি দুখিত আছিল তাক প্ৰকাশ পায়।

শব্দৰ অনুবাদ